🌐 Language
'Olelo Hawai'iAfaan Oromoobahasa IndonesiaBelarusianBrezhonegCebuanoChamorroChichewachiShonaChongthuCiyawoDanskDeutschEestiEnglishEspañolEsperantoeʋegbeFrançaisHausaHrvatskiIgboIlocanoItalianoKikuyuKiswahiliKiyombiKreyòl AyisyenLatinaLatviešulietuviųLingálaLugandaMagyarMahasuiMāoriNederlandsNorskPohnpeianPolskiPortuguêsQach’abelRomaniRomânăSanskritSetswanaShqipsrpski jezikSuomiSvenskaTagalogTiếng ViệtTonganTwiTürkçeUyghur tiliYorùbáÍslenskaČeštinaБългарскиРусскийУкраїнськаעבריתاردوالعربيةفارسیكوردی سۆرانیअहिराणी‎नेपालीभद्रवाही‎मराठीमानक हिन्दी‎हरियाणवी‎অসমীয়াবাংলাਪੰਜਾਬੀગુજરાતીଓଡ଼ିଆ‎தமிழ்తెలుగుಕನ್ನಡമലയാളംไทยဗမာἙλληνική中文日本語한국어+ সকলো ভাষা
See More Jesus
অসমীয়া

বাইবেলে অধ্যৱসায়ৰ বিষয়ে কি কয়? — দ্বিতীয় ভাগ — বাইবেল কুইজ

বাইবেল কুইজ

বাইবেলে অধ্যৱসায়ৰ বিষয়ে কি কয়? — দ্বিতীয় ভাগ — বাইবেল কুইজ

তলত থাকা প্ৰতিটো উদ্ধৃতিৰ বাবে, সেই পদটোৱে কি শিকায় তাক বাছি লওক। আপোনাৰ স্কোৰ শেষত দেখা যাব।

এইটো গ্ৰেড দিয়া কুইজ। আপোনাৰ সেবা অনুমোদন প্ৰমাণপত্ৰৰ বাবে ক্রেডিট লাভ কৰিবলে ইয়াত উত্তীৰ্ণ হৈ যাওক।

2 পিতৰ 1:10 — এতেকে ভাই সকল, ঈশ্বৰে যে আপোনালোকক আমন্ত্রণ আৰু মনোনীত কৰিছে, সেই বিষয়ে আপোনালোকে নিজে নিশ্চিত হবৰ কাৰণে অধিক ________ কৰক। এইবোৰ কৰিলে, আপোনালোকে উজুটি নাখাব।
ভক্তি
সৃষ্টিৰ
যত্ন
2 তীমথিয় 2:15 — তুমি নিজকে ________ লোক, লাজৰ যোগ্য নোহোৱা কর্মী আৰু সত্যৰ বাক্য শুদ্ধকৈ কোৱাত নিপুন হবলৈ ঈশ্বৰৰ অনুমোদন পাবৰ বাবে যত্ন কৰা।
পৰীক্ষাসিদ্ধ
পিন্ধাই
যাতনা
ইফিচীয়া পত্ৰ 4:3 — ________ বন্ধনত থাকি আত্মাৰ ঐক্য ৰাখিবলৈ যত্নৱান হওক।
শান্তিৰ
পোহৰ
ভাববাদী
ইফিচীয়া পত্ৰ 5:15 — এতেকে কিদৰে জীৱন-যাপন কৰিছে, তালৈ সাৱধানে দৃষ্টি কৰক; ________ দৰে নহয়, কিন্তু জ্ঞানীৰ দৰে চলক;
স্বৰ্গীয়
অজ্ঞানৰ
একেথৰে
হিতোপদেশ 10:4 — ________ হাতেৰে কাম কৰা মানুহ দৰিদ্ৰ হয়, কিন্তু পৰিশ্ৰমীজনৰ হাতে তেওঁক ধনৱান কৰে।
এলেহুৱা
ঘৃণনীয়
দয়ালু
ইব্ৰীসকলৰ প্ৰতি পত্ৰ 6:19 — আমাৰ যি আশা আছে, সেই আশা আমাৰ আত্মাৰ লঙ্গৰ স্বৰূপ; সেয়ে নিশ্চিত আৰু দৃঢ়। সেই আশাই আঁৰ-কাপোৰৰ ভিতৰ ফালে ________ মহা পবিত্র স্থানত আমাক প্রৱেশ কৰায়।
মন্দিৰৰ
অম্মোনৰ
ফৰীচী
ৰোমীয়া সকলৰ প্ৰতি পত্ৰ 12:11 — যত্নত এলেহুৱা নহ’ব; আত্মাত ________ হওক; প্ৰভুৰ সেৱাকৰ্ম কৰক৷
বাপ্তিস্মৰ
নজনাকৈ
উৎসাহী
যিহূদাৰ পত্ৰ 1:3 — হে প্ৰিয় সকল, আমাৰ সকলোৰে পৰিত্রাণৰ বিষয়ে লিখিবলৈ মই প্রয়োজন বোধ কৰোঁতে, ঈশ্বৰৰ পবিত্ৰ লোক সকলৰ ওপৰত এবাৰ সমৰ্পিত হোৱা বিশ্বাসৰ পক্ষে প্ৰাণপণ কৰিবলৈ ________ আহ্বান কৰি আপোনালোকলৈ লিখিলোঁ।
খোৰা
দৃঢ়
তুলনা
2 পিতৰ 1:19 — ভাববাদী সকলৰ এই বাক্য আমাৰ ওচৰত অধিকৰূপে নিশ্চিত হৈছে আৰু সেই বিষয়ত মনোযোগ দিয়া আপোনালোকৰ পক্ষে ভাল। সেই বাক্য এক অন্ধকাৰ ঠাইত ________ থকা চাকিৰ নিচিনা। যেতিয়ালৈকে ৰাতিপুৱা নহয় আৰু আপোনালোকৰ হৃদয়ত প্রভাতী তৰাৰ উদয় নহয়, তেতিয়ালৈকে অন্ধকাৰৰ মাজতো সেয়ে পোহৰ দিব।
মাতেৰে
জ্বলি
প্ৰতিজ্ঞা
মথিয়ে লিখা শুভবাৰ্তা 7:8 — কিয়নো যি জনে খোজে, সেই জনে পায়; যি জনে বিচাৰে, সেই জনে দেখা পায় আৰু যি জনে টুকুৰিয়ায়, সেই জনলৈকে ________ মুকলি কৰা হয়।
মন্দিৰৰ
আকাশৰ
দুৱাৰ
গীতমালা 105:4 — তোমালোকে যিহোৱা আৰু তেওঁৰ ________ বিচাৰা; নিতৌ তেওঁৰ সাক্ষাৎ হ’বলৈ বিচাৰা।
জীৱন
দয়া
শক্তি
দ্বিতীয় বিৱৰণ 4:9 — যিমান দিনলৈকে আপোনালোক জীয়াই থাকিব, সিমান দিনলৈকে আপোনালোকে নিজৰ বিষয়ে সতর্কতাৰে ________ আপোনালোকৰ আত্মাক যত্নেৰে সুৰক্ষা দিব; আপোনালোকে নিজ চকুৰে যি যি দেখিলে, সেইবোৰ যেন পাহৰি নাযায় আৰু আপোনাৰ হৃদয়ৰ পৰা যেন সেইবোৰ লুপ্ত নহয়। অৱশ্যেই আপোনালোকে আপোনালোকৰ সন্তান-সন্ততি আৰু আপোনালোকৰ নাতি-নাতিনীসকলক এই সকলোবোৰৰ বিষয়ে শিকাব।
সম্পত্তি
শাস্তি
চলি
হিতোপদেশ 4:23 — সকলো অধ্যৱসায়ৰ দ্বাৰাই তোমাৰ হৃদয়ক অধিক যত্নেৰে ৰক্ষা কৰা, কিয়নো তাৰ পৰাই ________ উৎপন্ন হয়।
জীৱন
হৃদয়
শক্তি
তীতৰ প্ৰতি পত্ৰ 3:8 — এই কথা বিশ্বাসযোগ্য৷ ঈশ্ৱৰত বিশ্ৱাস কৰা সকলে যাতে তেওঁলোকৰ সন্মুখত থকা সৎকর্মত লাগি ________ চিন্তা কৰে, তাৰ কাৰণে তোমাক এই আজ্ঞা মই দিছোঁ৷ এইবোৰ কথা সকলো লোকৰ পক্ষে উত্তম আৰু লাভজনক।
দোষী
থাকিবলৈ
পুৰুষে
2 পিতৰ 1:11 — তাতে আমাৰ প্রভু আৰু ত্ৰাণকর্তা যীচু খ্রীষ্টৰ ________ ৰাজ্যত আপোনালোকক অতি আন্তৰিকতাৰে প্রৱেশ কৰোঁৱা হ’ব।
শুনি
অনন্ত
বিবাদ

← অধ্যয়নলৈ ঘূৰি যাওক