🌐 ভাষা
'Olelo Hawai'iAfaan Oromoobahasa IndonesiaBrezhonegCebuanoChamorroChichewachiShonaChongthuCiyawoDanskDeutschEestiEnglishEspañolEsperantoeʋegbeFrançaisHausaHrvatskiIgboIlocanoItalianoKikuyuKiswahiliKiyombiKreyòl AyisyenLatinaLatviešulietuviųLingálaLugandaMagyarMahasuiMāoriNederlandsNorskPohnpeianPolskiPortuguêsQach’abelRomaniRomânăSetswanaShqipsrpski jezikSuomiSvenskaTagalogTiếng ViệtTonganTwiTürkçeYorùbáÍslenskaČeštinaбеларускаяБългарскиРусскийУкраїнськаעבריתئۇيغۇرچەاردوالعربيةفارسیكوردی سۆرانیअहिराणी‎नेपालीभद्रवाही‎मराठीमानक हिन्दी‎संस्कृत भाषाहरियाणवी‎অসমীয়াবাংলাਪੰਜਾਬੀગુજરાતીଓଡ଼ିଆ‎தமிழ்తెలుగుಕನ್ನಡമലയാളംไทยဗမာἙλληνική中文日本語한국어+ সকলো ভাষা
See More Jesus
অসমীয়া

ধৈর্যৰ বিষয়ে বাইবেলে কি কয়? — মূল ভিত্তি — বাইবেল কুইজ

বাইবেল কুইজ

ধৈর্যৰ বিষয়ে বাইবেলে কি কয়? — মূল ভিত্তি — বাইবেল কুইজ

তলত থাকা প্ৰতিটো উদ্ধৃতিৰ বাবে, সেই পদটোৱে কি শিকায় তাক বাছি লওক। আপোনাৰ স্কোৰ শেষত দেখা যাব।

এইটো গ্ৰেড দিয়া কুইজ। আপোনাৰ সেবা অনুমোদন প্ৰমাণপত্ৰৰ বাবে ক্রেডিট লাভ কৰিবলে ইয়াত উত্তীৰ্ণ হৈ যাওক।

মথিয়ে লিখা শুভবাৰ্তা 7:15-16,20 — ভুৱা ভাৱবাদী সকলৰ বিষয়ে ________ হোৱা। সিহঁতে তোমালোকৰ ওচৰলৈ মেৰৰ বেশ লৈ আহে, অথচ ভিতৰি সিহঁত হিংস্র ৰাংকুকুৰ।
প্ৰণিপাত
বিস্ময়
সাৱধান
2 তীমথিয় 4:3-4 — কিয়নো লোক সমূহে নিৰাময় শিক্ষা সহিব নিবিচৰা, এনে সময় আহিব। তেতিয়া তেখেত সকলৰ খজুওৱা কাণে শুনিব বিচৰা শিক্ষা শুনিবলৈ, নিজ নিজ ________ অনুসাৰে নিজৰ চৌপাশে দ’মে দ’মে শিক্ষক কৰি ল’ব।
অভিলাষ
সহভাগী
বায়ুত
মথিয়ে লিখা শুভবাৰ্তা 7:21-23 — যি সকলে মোক ‘প্ৰভু প্ৰভু’ বোলে, তেওঁলোক সকলোৱে যে স্বৰ্গৰাজ্যত সোমাব, এনে নহয়; কিন্তু যি জনে স্বৰ্গত থকা মোৰ পিতৃৰ ________ পালন কৰে, সেইজনেহে সোমাব।
ইচ্ছা
সময়ত
বিধান
ফিলিপীয়া পত্ৰ 4:1 — এতেকে, হে মোৰ প্ৰিয় আৰু ইষ্ট ভাই সকল, আপোনালোকেই মোৰ আনন্দ আৰু কিৰীটি স্বৰূপ; প্ৰেমৰ ________ সকল, এনেদৰেই প্ৰভুত আপোনালোকে স্থিৰে থাকক৷
অদ্ভুত
বন্ধু
হৃদয়
1 থিচলনীকীয়া 2:19-20 — কিয়নো আমাৰ প্ৰভু যীচুৰ আগমণৰ দিনা তেওঁৰ সাক্ষাতে আপোনালোকেই জানো আমাৰ আশা, ________ আৰু গৌৰৱৰ মুকুট নহ’ব?
আনন্দ
ইচ্ছা
সাক্ষ্য
উপদেশক 4:12 — যিজন অকলশৰীয়া তেওঁ সহজে পৰাজয় হ’ব পাৰে, কিন্তু দুজনে আক্রমণক ________ কৰিব পাৰে। তিনিডাল ৰছী একেলগে মেৰাই ল’লে বেগাই নিছিগে।
সন্তানহীন
প্ৰতিৰোধ
বেৰা
লূকে লিখা শুভবার্তা 8:15 — কিন্তু ভাল ________ পৰা বীজবোৰ হ’ল এনেকুৱা মানুহ, তেওঁলোকে বাক্য শুনি সৰল আৰু শুদ্ধৰূপে মনত ৰাখে আৰু সেই বাক্যত স্থিৰ হৈ ধৈৰ্যৰে ফল উৎপন্ন কৰে।
সত্য
মাটিত
সাক্ষ্য
লূকে লিখা শুভবার্তা 21:19 — তোমালোকে নিজ ধৈৰ্যৰে, নিজ নিজ ________ লাভ কৰিবা।
পালন
প্ৰাণ
বন্ধু
ইব্ৰীসকলৰ প্ৰতি পত্ৰ 10:36 — কিয়নো আপোনালোকে ঈশ্বৰৰ ________ পালন কৰি প্ৰতিজ্ঞাৰ ফল যেন পায়, তাৰ বাবে আপোনালোকৰ ধৈৰ্যৰ প্ৰয়োজন আছে।
প্ৰতিজ্ঞা
ইচ্ছা
পুৰোহিত
2 পিতৰ 1:8 — কিয়নো আপোনালোকৰ যদি এই সকলো গুণ ________ আৰু সেইবোৰ আপোনালোকৰ মাজত বৃদ্ধি পায়, তেনেহলে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ তত্ব-জ্ঞানত আপোনালোক কৰ্মহীন বা নিষ্ফল নহ’ব।
পৰে
লাগে
থাকে
যাকোবৰ পত্ৰ 1:12 — যি মানুহে পৰীক্ষা সহন কৰে, তেওঁ ধন্য; কিয়নো পৰীক্ষা সাফল্য হ’লে, প্ৰভুক প্ৰেম কৰা সকলক জীৱনৰূপ কিৰীটি দিবলৈ প্ৰভুৱে যি ________ কৰিলে, সেয়া তেওঁ পাব।
আশীৰ্ব্বাদ
অধ্যাপক
প্ৰতিজ্ঞা
2 পিতৰ 1:10 — এতেকে ভাই সকল, ঈশ্বৰে যে আপোনালোকক আমন্ত্রণ আৰু মনোনীত কৰিছে, সেই বিষয়ে আপোনালোকে নিজে নিশ্চিত হবৰ কাৰণে অধিক ________ কৰক। এইবোৰ কৰিলে, আপোনালোকে উজুটি নাখাব।
ভক্তি
সৃষ্টিৰ
যত্ন
প্ৰকাশিত বাক্য 2:10 — তোমাৰ আসন্ন ________ ভয় নকৰিবা। চোৱা! তোমালোকৰ পৰীক্ষাৰ অৰ্থে, চয়তানে তোমালোকৰ কোনো কোনোক বন্দীশালত পেলাবলৈ উদ্যত আছে, তাতে দহ দিনলৈ তোমালোকৰ ক্লেশ হ’ব৷ তুমি মৃত্যু পৰ্য্যন্ত বিশ্বাসী হৈ থাকা; তাতে মই জীৱনৰূপ কিৰীটি তোমাক দিম।
দুখভোগলৈ
যুদ্ধলৈ
ৰাজ্যলৈ

← অধ্যয়নলৈ ঘূৰি যাওক