🌐 Language
'Olelo Hawai'iAfaan Oromoobahasa IndonesiaBelarusianBrezhonegCebuanoChamorroChichewachiShonaChongthuCiyawoDanskDeutschEestiEnglishEspañolEsperantoeʋegbeFrançaisHausaHrvatskiIgboIlocanoItalianoKikuyuKiswahiliKiyombiKreyòl AyisyenLatinaLatviešulietuviųLingálaLugandaMagyarMahasuiMāoriNederlandsNorskPohnpeianPolskiPortuguêsQach’abelRomaniRomânăSanskritSetswanaShqipsrpski jezikSuomiSvenskaTagalogTiếng ViệtTonganTwiTürkçeUyghur tiliYorùbáÍslenskaČeštinaБългарскиРусскийУкраїнськаעבריתاردوالعربيةفارسیكوردی سۆرانیअहिराणी‎नेपालीभद्रवाही‎मराठीमानक हिन्दी‎हरियाणवी‎অসমীয়াবাংলাਪੰਜਾਬੀગુજરાતીଓଡ଼ିଆ‎தமிழ்తెలుగుಕನ್ನಡമലയാളംไทยဗမာἙλληνική中文日本語한국어+ সকলো ভাষা
See More Jesus
অসমীয়া

বাইবেলত ভাল আৰু বেয়াৰ বিষয়ে কি কোৱা হৈছে? — ভাগ ২ — বাইবেল কুইজ

বাইবেল কুইজ

বাইবেলত ভাল আৰু বেয়াৰ বিষয়ে কি কোৱা হৈছে? — ভাগ ২ — বাইবেল কুইজ

তলত থাকা প্ৰতিটো উদ্ধৃতিৰ বাবে, সেই পদটোৱে কি শিকায় তাক বাছি লওক। আপোনাৰ স্কোৰ শেষত দেখা যাব।

এইটো গ্ৰেড দিয়া কুইজ। আপোনাৰ সেবা অনুমোদন প্ৰমাণপত্ৰৰ বাবে ক্রেডিট লাভ কৰিবলে ইয়াত উত্তীৰ্ণ হৈ যাওক।

ইব্ৰীসকলৰ প্ৰতি পত্ৰ 5:14 — কিন্তু টান আহাৰ হ’লে সম্পূৰ্ণ বয়সপ্রাপ্ত সকলৰ বাবেহে অৰ্থাৎ তেওঁলোকে ঈশ্বৰৰ বাক্যৰ কঠিন শিক্ষাবোৰ বুজি অভ্যাস কৰে; তেওঁলোকে ভুল আৰু ________ বিচাৰ কৰাত নিপুণ হৈ ভাল-বেয়া নিৰ্ণয় কৰিবলৈ শিকিছে।
নতুন
শুদ্ধ
সত্য
2 কৰিন্থীয়া 11:3 — কিন্তু মই ভয় কৰোঁ, যেনেকৈ সেই সৰ্পই তাৰ ধূৰ্ত্ততাৰে ________ ভুলাইছিল, তেনেদৰে খ্ৰীষ্টলৈ আপোনালোকৰ যি সৰল আৰু শুদ্ধ ভাব আছে, সেই ভাব যেন কোনো প্ৰকাৰে কিজানি বিপথে লৈ যায়৷
হাৱাক
ত্রোৱা
কৰিন্থত
ৰোমীয়া সকলৰ প্ৰতি পত্ৰ 6:23 — কিয়নো পাপৰ বেচ মৃত্যু; কিন্তু আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ দ্বাৰাই ঈশ্বৰে দিয়া বিনামূলীয়া দান ________ জীৱন।
ব্যভিচাৰ
অনন্ত
পাপী
1 যোহন 2:16 — কিয়নো জগতত যিবোৰ আছে, অৰ্থাৎ মাংসৰ অভিলাষ, চকুৰ অভিলাষ, আৰু ________ কালৰ অহংকাৰ, এইবোৰ পিতৃ ঈশ্বৰৰ পৰা উৎপন্ন নহয়, জগতৰ পৰাহে হয়।
দৃষ্টিত
জীৱন
দয়া
আদিপুস্তক 3:22 — তাৰ পাছত ঈশ্বৰ যিহোৱাই ক’লে, “চোৱা, ভাল বেয়া ________ পাই মানুহ আমাৰ এজনৰ নিচিনা হৈ গৈছে। সেয়ে এতিয়া আমি মানুহক এই অনুমতি দিব নালাগে যেন তেওঁ হাত আগবঢ়াই জীৱন বৃক্ষৰ ফল পাৰি খাই সদাকাললৈকে জীৱিত হৈ থাকে।”
সেনাপতি
প্ৰথমে
জ্ঞান
মাৰ্কে লিখা শুভবাৰ্তা 7:21 — কিয়নো ভিতৰৰ পৰা, অৰ্থাৎ মানুহৰ মনৰ পৰা কুচিন্তা, ________, চুৰ, নৰ-বধ
ব্যভিচাৰ
অপবাদ
মনোনীত
যিৰিমিয়া 17:9 — মন সকলোতকৈ কপটময়। তাৰ ৰোগ ________ কৰিব নোৱাৰি; কোনে তাক বুজিব পাৰে?
ৰাজত্ব
সুস্থ
অগ্ৰাহ্য
যিচয়া 7:15 — যেতিয়া তেওঁ বেয়াক অগ্ৰাহ্য, আৰু ভালক গ্ৰহন কৰিবৰ ________ পাব, তেতিয়া তেওঁ দৈ আৰু মৌজোল খাব।
জ্ঞান
ভিতৰত
অনন্ত
গীতমালা 97:10 — যিসকলে দুষ্টতাক ঘিণ কৰে, যিহোৱাই তেওঁলোকক ________ কৰে; তেওঁ নিজৰ ভক্তসকলৰ প্ৰাণ ৰক্ষা কৰে, দুষ্টসকলৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ কৰে।
জ্ঞান
প্ৰেম
আকাশৰ
হিতোপদেশ 3:7 — তুমি নিজৰ ________ নিজে জ্ঞানী নহ’বা; যিহোৱালৈ ভয় ৰাখা, আৰু পাপৰ পৰা ঘূৰি আহাঁ।
দৃষ্টিত
শক্তি
জীৱন
গীতমালা 37:27 — তুমি ________ পৰা আতৰি আহাঁ আৰু ভাল কৰ্ম কৰা; তুমি চিৰকাল জীয়াই থাকিবা।
ধাৰ্মিকতা
পৰিত্ৰাণ
দুষ্টতাৰ
ইব্ৰীসকলৰ প্ৰতি পত্ৰ 5:13 — কিয়নো যাৰ ভোজন মাথোন গাখীৰ, তেওঁতো এতিয়াও ________। ধাৰ্মিকতা সম্বন্ধীয় শিক্ষাত সেই ব্যক্তিৰ কোনো অভিজ্ঞতা নাই।
দীপাধাৰ
কুষ্ঠ
শিশু
1 থিচলনীকীয়া 5:22 — সকলো প্ৰকাৰৰ মন্দৰ পৰা ________ থাকক।
অবিশ্বাসী
পুৰুষে
পৃথকে
ৰোমীয়া সকলৰ প্ৰতি পত্ৰ 16:19 — কিয়নো আপোনালোকৰ ________ কথা সকলো ঠাইতে বিয়পি পৰিছে। সেয়েহে মই আপোনালোকৰ কথাত আনন্দ কৰোঁ; কিন্তু আপোনালোক উত্তম বিষয়ত জ্ঞানী আৰু মন্দ বিষয়ত যেন শুদ্ধ হয়, এয়ে মোৰ বাঞ্ছা।
তোলনীয়া
অবাধ্যতাৰ
আজ্ঞাধীনতাৰ
পাঁচনি সকলৰ কৰ্ম 10:38 — সেয়ে এই যে, যেনেকৈ ঈশ্বৰে ________ যীচুক পবিত্ৰ আত্মা শক্তি আৰু মহিমাৰে অভিষিক্ত কৰিলে; তেনেকৈ তেওঁ বিভিন্ন ঠাইত সৎ কৰ্ম কৰি, চয়তানৰ পৰা দুখ পোৱা সকলক সুস্হ কৰিছিল; কাৰণ ঈশ্বৰ তেওঁৰ সহায় আছিল৷
যিহুদীয়াৰ
নাচৰতীয়া
চিমোন
1 পিতৰ 3:11 — কু-পথৰ পৰা ঘূৰক আৰু ভাল কৰ্ম কৰক৷ ________ বিচাৰক আৰু তাতে লাগি থাকক৷
আত্মা
শান্তি
প্ৰেম
ৰোমীয়া সকলৰ প্ৰতি পত্ৰ 12:21 — কুকৰ্মৰ দ্বাৰাই পৰাজিত নহৈ, ________ কৰ্মৰ দ্বাৰাই কুকৰ্মক পৰাজয় কৰক।
ভাল
বাক্য
জ্ঞানী
গীতমালা 34:14 — তুমি ________ পৰা আঁতৰি সুকৰ্ম কৰা,; তুমি শান্তি বিচাৰা আৰু তাৰ পাছে পাছে খেদি যোৱা।
ধাৰ্মিকতা
পৰিত্ৰাণ
দুষ্টতাৰ
ৰোমীয়া সকলৰ প্ৰতি পত্ৰ 12:9 — ________ অকল্পিত হওক। যি মন্দ, তাক ঘিণ কৰক; যি উত্তম, তাত আসক্ত হওক৷
আজ্ঞা
সাক্ষ্য
প্ৰেম
আদিপুস্তক 3:13 — তেতিয়া ঈশ্বৰ যিহোৱাই সেই নাৰীক ক’লে, “তুমি এইটো কি কৰিলা?” নাৰীয়ে ক’লে, “সৰ্পই মোক ________ কৰি ভুলালে আৰু সেয়ে মই তাক খালো।”
ছলনা
গাখীৰ
বশীভূত
ৰোমীয়া সকলৰ প্ৰতি পত্ৰ 5:19 — কিয়নো এজন মানুহৰ আজ্ঞা-লঙ্ঘনৰ যোগেদি যেনেকৈ অনেকক ________ বুলি গণিত কৰা হ’ল, তেনেকৈ এজনৰ আজ্ঞা পালনৰ যোগেদি অনেকক ধাৰ্মিক কৰা হ’ব।
পাপী
অভিলাষ
প্ৰতিজ্ঞা
1 পিতৰ 2:24 — তাতে আমি যেন পাপৰ সম্বন্ধে মৰি, ধাৰ্মিকতাৰ সম্বন্ধে জীয়াই থাকো, আৰু এই কাৰণে তেওঁ নিজ শৰীৰত আমাৰ ভাৰ বৈ কাঠৰ ওপৰলৈ নিলে৷ তেওঁৰ সাঁচৰ দ্বাৰাই আপোনালোক ________ হ’ল৷
সুস্থ
আনন্দ
বস্ত্ৰ
প্ৰকাশিত বাক্য 2:7 — যদি তোমাৰ কাণ আছে, তেনেহলে মণ্ডলীবোৰলৈ ________ কি কৈছে সেয়া শুনা। যি জনে জয় কৰে, তেওঁক মই ঈশ্বৰৰ পৰমদেশত থকা জীৱন-বৃক্ষৰ ফল ভোজন কৰিবলৈ দিম।”
আত্মা
প্ৰেম
শান্তি
প্ৰকাশিত বাক্য 22:2 — তাৰ আলিবাটৰ মাজেৰে বৈ গৈছিল। সেই ________ ইপাৰে-সিপাৰে জীৱন-বৃক্ষ আছিল; সেই বৃক্ষই বাৰ বিধ ফল উৎপন্ন কৰিছিল আৰু প্ৰতি মাহে তাত ফল ধৰে৷ সেই বৃক্ষৰ পাত জাতি সকলক সুস্থ কৰাৰ কাৰণে।
নদীৰ
মন্দিৰৰ
আনন্দ

← অধ্যয়নলৈ ঘূৰি যাওক