🌐 Language
'Olelo Hawai'iAfaan Oromoobahasa IndonesiaBelarusianBrezhonegCebuanoChamorroChichewachiShonaChongthuCiyawoDanskDeutschEestiEnglishEspañolEsperantoeʋegbeFrançaisHausaHrvatskiIgboIlocanoItalianoKikuyuKiswahiliKiyombiKreyòl AyisyenLatinaLatviešulietuviųLingálaLugandaMagyarMahasuiMāoriNederlandsNorskPohnpeianPolskiPortuguêsQach’abelRomaniRomânăSanskritSetswanaShqipsrpski jezikSuomiSvenskaTagalogTiếng ViệtTonganTwiTürkçeUyghur tiliYorùbáÍslenskaČeštinaБългарскиРусскийУкраїнськаעבריתاردوالعربيةفارسیكوردی سۆرانیअहिराणी‎नेपालीभद्रवाही‎मराठीमानक हिन्दी‎हरियाणवी‎অসমীয়াবাংলাਪੰਜਾਬੀગુજરાતીଓଡ଼ିଆ‎தமிழ்తెలుగుಕನ್ನಡമലയാളംไทยဗမာἙλληνική中文日本語한국어+ সকলো ভাষা
See More Jesus
অসমীয়া

বাইবেলে ভক্তিৰ বিষয়ে কি কয়? — দ্বিতীয় ভাগ — বাইবেল কুইজ

বাইবেল কুইজ

বাইবেলে ভক্তিৰ বিষয়ে কি কয়? — দ্বিতীয় ভাগ — বাইবেল কুইজ

তলত থাকা প্ৰতিটো উদ্ধৃতিৰ বাবে, সেই পদটোৱে কি শিকায় তাক বাছি লওক। আপোনাৰ স্কোৰ শেষত দেখা যাব।

এইটো গ্ৰেড দিয়া কুইজ। আপোনাৰ সেবা অনুমোদন প্ৰমাণপত্ৰৰ বাবে ক্রেডিট লাভ কৰিবলে ইয়াত উত্তীৰ্ণ হৈ যাওক।

1 তীমথিয় 3:16 — আৰু একেলগে আমি একমত হৈ কওঁ যে, “ভক্তিৰ নিগূঢ় সত্য অতি মহান৷ তেওঁ মাংসত ________ হ’ল, আত্মাত ধাৰ্মিক বুলি গণিত কৰা হ’ল, দূতবোৰৰ দ্বাৰাই দেখা পোৱা গ’ল, অন্যান্য জাতি সকলৰ আগত ঘোষণা কৰা হ’ল, জগতত বিশ্বাস কৰা হ’ল, প্ৰতাপত তুলি নিয়া হ’ল।”
প্ৰকাশিত
দেখি
প্ৰধান
2 পিতৰ 1:3 — যি জনে নিজৰ মহিমা আৰু সদগুণেৰে আমাক আমন্ত্রণ কৰিলে, তেওঁক গভীৰভাৱে জনাৰ মাধ্যমেদি তেওঁৰ ঐশ্বৰিক শক্তিয়ে আমাক ঈশ্বৰৰ প্রতি ভক্তিপূর্ণ জীৱন-যাপন কৰাৰ সকলো বিষয় ________ কৰিলে।
দান
শুচি
গৌৰৱ
1 তীমথিয় 6:3 — কোনোৱে যদি ভিন্ন শিক্ষা দিয়ে আৰু নিৰাময় ________ বাক্য, যি বাক্য আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ; সেই বাক্য গ্ৰহন নকৰে, তেওঁ আচলতে ঐশ্বৰীক শিক্ষা গ্ৰহণ নকৰে আৰু ভক্তিৰ অনুৰূপ শিক্ষাত মান্তি নহয়৷
নতুন
সত্য
বিধান
ইব্ৰীসকলৰ প্ৰতি পত্ৰ 11:5 — বিশ্বাসৰ গুণে, হনোকে মৃত্যু নেদেখিবৰ কাৰণে, তেওঁক লোকান্তৰলৈ নিয়া হ’ল; তাতে তেওঁক পোৱা নগ’ল; কিয়নো ঈশ্বৰে তেওঁক লোকান্তৰলৈ নিলে; কাৰণ লোকান্তৰলৈ নিয়াৰ পূৰ্বেই, তেওঁ যে ঈশ্বৰক সন্তুষ্ট কৰিলে, ইয়াৰ ________ পালে।
নতুন
সত্য
সাক্ষ্য
আদিপুস্তক 17:1 — অব্ৰামৰ বয়স যেতিয়া নিৰানব্বই বছৰ হ’ল, তেতিয়া যিহোৱাই অব্ৰামক দৰ্শন দি ক’লে, “মই ________ ঈশ্বৰ; মোৰ লগত চলাচল কৰা আৰু সিদ্ধ হোৱা।
মিচৰীয়া
সৰ্ব্বশক্তিমান
পলেষ্টীয়াসকলৰ
গীতমালা 4:3 — কিন্তু তোমালোকে জানি থোৱা, যিহোৱাই নিজৰ ভক্তসকলক তেওঁৰ নিজৰ কাৰণে ________ কৰিলে। মই মাতিলে, যিহোৱাই মোৰ প্রার্থনা শুনে।
পৃথক
গণিত
কঁপি
1 তীমথিয় 6:12 — বিশ্বাসৰ উত্তম যুদ্ধত প্ৰাণপণ কৰা৷ যি ________ জীৱনৰ বাবে তুমি আমন্ত্ৰিত হ’লা আৰু অনেক সাক্ষীৰ আগত যি উত্তম বিশ্বাস স্বীকাৰ কৰিলা, তাক তুমি ধাৰণ কৰি থাকা৷
যোগ্য
অনন্ত
ধন্যবাদ
1 তীমথিয় 6:5 — মন-ভ্রষ্ট আৰু সত্যহীন মানুহবোৰৰ পৰাই দ্বন্দ্ব-কাজিয়া ________ হয়। তেওঁলোকে সত্যৰ পৰা আতৰি যায় আৰু ভক্তিক জাগতিক লাভৰ উপায় বুলি ভাৱে।
উৎপন্ন
সাক্ষ্য
বিয়া
1 তীমথিয় 6:6 — কিন্তু যি কৰিবা, আচলতে ________ মনেৰে কৰিবা; কিয়নো ঈশ্বৰভক্তিতে সকলো লাভ বিলীন হৈ থাকে।
সন্তুষ্ট
নকৰি
ঘূৰি
2 তীমথিয় 3:5 — তেওঁলোকে ধাৰ্মিকতাৰ আকাৰ ধাৰণ কৰিব, কিন্তু তাৰ শক্তি ________ কৰিব। এনে লোক সকলৰ পৰা তুমি আতৰি থাকিবা।
পাঁচনি
অস্বীকাৰ
প্ৰতিৰোধ
2 কৰিন্থীয়া 7:10 — কাৰণ ঈশ্বৰৰ ইচ্ছাৰ দৰে হোৱা মনোদুখে, অনুতপ্ত নোহোৱাকৈয়ে পৰিত্রাণলৈ ________ কৰায়; কিন্তু সাংসাৰিক মনোদুখে অপৰিৱৰ্তনীয় মৃত্যু সাধন কৰে।
মন-পালটন
ধৈৰ্য
চলি
2 তীমথিয় 3:12 — আৰু বাস্তৱিকতে যি সকলে খ্ৰীষ্ট যীচুত ভক্তিভাবে জীৱন-যাপন কৰিবলৈ ইচ্ছা কৰে, এনে লোক সকলে ________ পাব।
তাড়না
ক্লেশ
মঙ্গলবাদ
2 পিতৰ 2:9 — গতিকে যি সকল ঈশ্বৰভক্ত লোক, তেওঁলোকক কেনেদৰে ________ পৰা উদ্ধাৰ কৰিব লাগে, প্রভুৱে জানে। যি সকলে ঈশ্বৰক ভক্তি নকৰে, অধার্মিক লোক; তেওঁলোকক কেনেদৰে বিচাৰৰ দিনা শাস্তি দিয়া হ’ব, সেই বিষয়েও প্রভুৱে জানে।
কুকুৰবোৰে
পৰীক্ষাৰ
সহভাগী
2 পিতৰ 3:11 — এইদৰে আটাইবোৰ ধ্বংস হবলৈ যোৱা দেখি, আপোনালোকে চিন্তা কৰকচোন, পবিত্ৰ ________ আৰু আচাৰ-ব্যৱহাৰৰ যোগেদি আপোনালোক কেনেকুৱা লোক হোৱা উচিত?
ভক্তি
মন-পালটন
বিবেক
যোহনে লিখা শুভবাৰ্তা 1:14 — সেই বাক্যই মাংস হ’ল; ________ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে; তাতে পিতৃৰ একমাত্ৰ পুত্ৰ হিচাপে তেওঁৰ যি মহিমা, সেই মহিমা আমি দেখিলোঁ।
সন্মান
সিপাৰে
অনুগ্ৰহ
1 যোহন 4:2 — অাপোনালোকে ঈশ্বৰৰ আত্মাক এনেদৰে জানিব পাৰিব, যীচু খ্ৰীষ্ট যে মাংসত আহিল, এই কথা যিবোৰ আত্মাই ________ কৰে, সেই আত্মা ঈশ্বৰৰ;
নিবেদন
প্ৰায়শ্চিত্ত
স্বীকাৰ
উপদেশক 4:12 — যিজন অকলশৰীয়া তেওঁ সহজে পৰাজয় হ’ব পাৰে, কিন্তু দুজনে আক্রমণক ________ কৰিব পাৰে। তিনিডাল ৰছী একেলগে মেৰাই ল’লে বেগাই নিছিগে।
সন্তানহীন
প্ৰতিৰোধ
বেৰা
যিচয়া 7:14 — এই হেতুকে প্ৰভুৱে নিজেই তোমালোকক এটা চিন দিব: চোৱা, যুৱতী কন্যা গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব, আৰু তেওঁৰ নাম ইম্মানুৱেল ________ হ’ব।
ৰখা
গ্ৰাস
হাদাম
মথিয়ে লিখা শুভবাৰ্তা 1:23 — “চোৱা, সেই ________ গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব, আৰু তেওঁলোকে তেওঁৰ নাম ইম্মানূৱেল থব;” এই নামৰ অৰ্থ আমাৰ লগত ঈশ্বৰ ।
শিপা
মূল্য
কুমাৰী
2 পিতৰ 3:13 — কিন্তু তেওঁৰ ________ দৰে, আমি নতুন আকাশমণ্ডল আৰু নতুন পৃথিৱীলৈ অপেক্ষা কৰি আছোঁ; সেইবোৰত ধাৰ্মিকতা নিবাস কৰে।
সত্য
টোপনি
প্ৰতিজ্ঞাৰ

← অধ্যয়নলৈ ঘূৰি যাওক