🌐 Language
'Olelo Hawai'iAfaan Oromoobahasa IndonesiaBelarusianBrezhonegCebuanoChamorroChichewachiShonaChongthuCiyawoDanskDeutschEestiEnglishEspañolEsperantoeʋegbeFrançaisHausaHrvatskiIgboIlocanoItalianoKikuyuKiswahiliKiyombiKreyòl AyisyenLatinaLatviešulietuviųLingálaLugandaMagyarMahasuiMāoriNederlandsNorskPohnpeianPolskiPortuguêsQach’abelRomaniRomânăSanskritSetswanaShqipsrpski jezikSuomiSvenskaTagalogTiếng ViệtTonganTwiTürkçeUyghur tiliYorùbáÍslenskaČeštinaБългарскиРусскийУкраїнськаעבריתاردوالعربيةفارسیكوردی سۆرانیअहिराणी‎नेपालीभद्रवाही‎मराठीमानक हिन्दी‎हरियाणवी‎অসমীয়াবাংলাਪੰਜਾਬੀગુજરાતીଓଡ଼ିଆ‎தமிழ்తెలుగుಕನ್ನಡമലയാളംไทยဗမာἙλληνική中文日本語한국어+ সকলো ভাষা
See More Jesus
অসমীয়া

বাইবেলে জ্ঞান সম্পর্কে কি কয়? — ইয়াক জীৱনত পালন কৰা — বাইবেল কুইজ

বাইবেল কুইজ

বাইবেলে জ্ঞান সম্পর্কে কি কয়? — ইয়াক জীৱনত পালন কৰা — বাইবেল কুইজ

তলত থাকা প্ৰতিটো উদ্ধৃতিৰ বাবে, সেই পদটোৱে কি শিকায় তাক বাছি লওক। আপোনাৰ স্কোৰ শেষত দেখা যাব।

এইটো গ্ৰেড দিয়া কুইজ। আপোনাৰ সেবা অনুমোদন প্ৰমাণপত্ৰৰ বাবে ক্রেডিট লাভ কৰিবলে ইয়াত উত্তীৰ্ণ হৈ যাওক।

হিতোপদেশ 1:7 — যিহোৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ, অজ্ঞানীলোকে প্রজ্ঞা আৰু অনুশাসন ________ কৰে।
শাস্তি
হেয়জ্ঞান
লুকুৱাই
হিতোপদেশ 2:3 — তুমি যদি বুজিবৰ বাবে কান্দা; আৰু ইয়াৰ বাবে ________ স্বৰে ৰিঙিওৱা
উচ্চ
পাপী
প্ৰদীপ
হিতোপদেশ 2:4 — ________ বিচৰা দৰে যদি তুমি ইয়াক বিচাৰা, আৰু গুপ্ত ধন বিচৰা দৰে বুজিব পৰা শক্তি বিচাৰা;
জ্বলি
ৰূপ
প্ৰশংসা
হিতোপদেশ 2:5 — তেতিয়াহে যিহোৱাৰ প্রতি থকা ভয় তুমি বুজিব পাৰিবা, আৰু তুমি ঈশ্বৰৰ ________ বিচাৰি পাবা।
আহাৰ
জ্ঞান
সন্মান
যাকোবৰ পত্ৰ 1:5 — কিন্তু আপোনালোকৰ ________ যদি জ্ঞান ৰ অভাৱ হয় তেনেহলে যি জন দিওঁতা ঈশ্ৱৰ, যি জনে গৰিহণা নকৰাকৈ মুক্তহস্তে সকলোকে দান কৰে, তেওঁক যাচনা কৰক আৰু তাতে আপোনালোকক দিয়া হ’ব।
স্বভাৱৰ
কাৰোবাৰ
স্বাভাৱিক
হিতোপদেশ 18:15 — বুধিয়কৰ হৃদয়ে জ্ঞান অৰ্জন কৰে, আৰু ________ লোকে শুনাৰ দ্বাৰাই জ্ঞান বিচাৰি পায়।
বিপথে
পাপী
জ্ঞানী
গীতমালা 94:10 — যি জনাই সকলো ________ শাসন কৰে আৰু লোকসকলক শিক্ষা দিয়ে, তেওঁ জানো শাস্তি নিদিয়াকৈ থাকিব?
লাখুটি
জাতিকে
বলিদান
গীতমালা 25:9 — তেওঁ নম্ৰ লোকক ন্যায় পথত চলায়, তেওঁৰ পথৰ বিষয়ে ________ দিয়ে।
শিক্ষা
দয়া
প্ৰাৰ্থনা
হোচেয়া 6:3 — আহাঁ, আমি যিহোৱাক জানোহঁক, তেওঁক জানিবলৈ ________ চাপি যাওহঁক; পুৱাৰ সূৰ্যোদয়ৰ দৰে তেওঁ নিশ্চয় প্রকাশিত হ’ব; বৰষুণৰ দৰে তেওঁ আহিব, বসন্তকালৰ ভূমি ভিজাই তোলা বৰষুণৰ দৰেই তেওঁ আহিব।”
ওচৰ
জনে
অভাৱ
যোহনে লিখা শুভবাৰ্তা 7:17 — যদি কোনোৱে তেওঁৰ ________ পালন কৰিবলৈ বিচাৰে, তেনেহলে তেওঁ জানিব যে এই শিক্ষা ঈশ্বৰৰ পৰা আহিছে নে মই নিজৰ পৰা কৈছোঁ।
সত্য
শিষ্য
ইচ্ছা
মথিয়ে লিখা শুভবাৰ্তা 11:29 — মই নম্ৰ আৰু কোমল চিত্তৰ মানুহ; এই হেতুকে, তোমালোকৰ ওপৰত মোৰ যুৱঁলি লোৱা আৰু মোৰ ________ লোৱা; তাতে তোমালোকে নিজৰ নিজৰ মনত জিৰণি পাবা।
শিক্ষা
আশ্ৰয়
সিংহাসনত
2 পিতৰ 3:18 — আমাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা যীচু খ্ৰীষ্টৰ ________ আৰু জ্ঞানত বাঢ়ি বাঢ়ি যাওঁক। এতিয়া আৰু চিৰকাললৈকে তেওঁৰ মহিমা হওক। আমেন।
অনুগ্ৰহত
সন্মান
অকলে
2 পিতৰ 1:5 — ঈশ্বৰে যি সকলো কৰিলে, তাৰ কাৰণে আপোনালোকৰ ________ মাধ্যমেৰে সদগুণ লাভ কৰিবলৈ নিজে সম্পূর্ণৰূপে যত্ন কৰক। সদগুণৰ লগতে আপোনাৰ জ্ঞানো বৃদ্ধি কৰক।
বিশ্বাসৰ
অনন্ত
শুনি
হিতোপদেশ 10:14 — জ্ঞানীলোকে জ্ঞান সংৰক্ষিত কৰে; কিন্তু অজ্ঞানৰ মুখে ________ আনে।
পবিত্ৰ
ধ্বংস
প্ৰাৰ্থনা
হিতোপদেশ 15:14 — সুবিবেচকৰ হৃদয়ে ________ বিচাৰ কৰে; কিন্তু অজ্ঞানী লোকৰ মুখে অজ্ঞানতা গ্রহণ কৰে।
প্ৰেম
জ্ঞান
অনুগ্ৰহ
কলচীয়া পত্ৰ 1:9 — এই কাৰণে সেই কথা শুনা দিনৰে পৰা, আমি আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰিবলৈ নেৰিলো, আপোনালোক সকলোৱে ________ জ্ঞান আৰু বুদ্ধিৰ সম্বন্ধে ঈশ্বৰৰ ইচ্ছা বিষয়ক তত্ব-জ্ঞানেৰে পৰিপূৰ্ণ হওক৷
আত্মিক
ক্ষমা
শিপা
কলচীয়া পত্ৰ 1:10 — আমি এনে ধৰণে প্ৰাৰ্থনা কৰি আছোঁ যাতে, সকলো ভাবে ________ কৰিবৰ অৰ্থে আপোনালোকে যেন প্ৰভুত যোগ্যৰূপে জীৱন-যাপন কৰে আৰু তেওঁৰ সেই তত্ব-জ্ঞানত বাঢ়ি সকলো সৎকৰ্মত ফলৱন্ত হয়৷
সন্তুষ্ট
আশা
অভাৱ
ফিলিপীয়া পত্ৰ 1:9 — আৰু মই প্ৰাৰ্থনা কৰি আছোঁ যাতে আপোনালোকে ________, জ্ঞান আৰু সকলো বিবেচনাত অধিক অধিককৈ উপচি পৰে৷
ক্ষমা
প্ৰেম
যত্ন
1 কৰিন্থীয়া 8:1 — এইবাৰ মই দেৱতাৰ মূৰ্তিলৈ উৎসর্গ কৰা প্ৰসাদৰ বিষয়ে কৈছোঁ। আমি জানো যে “আমাৰ সকলোৰে ________ আছে”। জ্ঞানে অহংকাৰ জন্মায়, কিন্তু প্ৰেমে গঢ় দিয়ে।
ভাল
বিশ্বাস
জ্ঞান
হিতোপদেশ 3:6 — তোমাৰ সকলো পথত তেওঁক ________ কৰিবা, আৰু তেওঁ তোমাৰ পথবোৰ পোন কৰিব।
শাস্তি
স্বীকাৰ
চুক্তি
গীতমালা 119:66 — তুমি মোক ভাল বিচাৰ-বুদ্ধি আৰু ________ শিকোৱা; কিয়নো মই তোমাৰ আজ্ঞাবোৰত বিশ্বাস কৰোঁ।
ভিতৰত
অনন্ত
জ্ঞান
হিতোপদেশ 24:5 — সাহসী লোক বলৱান হয়, কিন্তু বলৱান লোকতকৈ ________ লোক ভাল।
জ্ঞানী
চুৰ
পাপী
2 কৰিন্থীয়া 10:4 — কিয়নো আমাৰ যুদ্ধ অস্ত্ৰ-শস্ত্ৰৰে কৰা ________ যুদ্ধ নহয় কিন্তু স্ৱর্গীয় শক্তিৰ দ্ৱাৰাই দূৰ্গও বিনাশ কৰাৰ যোগ্য, - ইয়াতে কোনো ভুল ধাৰণা নাথাকক৷
উৎসাহী
সাহস
মাংসিক
2 কৰিন্থীয়া 4:6 — যীচু খ্ৰীষ্টৰ মুখত ঈশ্বৰৰ গৌৰৱ প্ৰকাশক জ্ঞানৰূপে দীপ্তি প্ৰকাশ কৰিবলৈ, যি ঈশ্বৰে ক’লে, “কিয়নো ________ মাজৰ পৰা পোহৰ প্ৰকাশিত হ’ব”, সেই ঈশ্বৰে আমাৰ হৃদয়ত পোহৰ প্ৰকাশ কৰিলে।
ধৈৰ্য
মন-পালটন
আন্ধাৰৰ
ইফিচীয়া পত্ৰ 6:17 — পৰিত্রাণ শিৰস্ত্ৰাণ আৰু আত্মাৰ তৰোৱালৰূপ ঈশ্বৰৰ বাক্য ________ কৰক।
পাপ
গ্ৰহণ
আনন্দ
মলাখী 2:7 — এজন পুৰোহিতৰ ওঁঠে জ্ঞান ৰক্ষা কৰিব লাগে আৰু মানুহে তেওঁৰ মুখৰ পৰা আদেশ বিচাৰিব লাগে; কাৰণ তেঁৱেই মোৰ অর্থাৎ ________ যিহোৱাৰ বার্তাবাহক।
জাতি
বিদেশী
বাহিনীসকলৰ
হিতোপদেশ 15:2 — জ্ঞানীলোকৰ জিভাই জ্ঞানৰ ________ কৰে; কিন্তু অজ্ঞানীৰ মুখে অজ্ঞানতাৰ কথা কয়।
যুগুত
কাণ
প্ৰশংসা
1 পিতৰ 3:15 — ইয়াৰ পৰিৱৰ্তে খ্ৰীষ্টক প্ৰভু হিচাপে আপোনালোকৰ হৃদয়ত ________ ৰূপে মানিব; যি কোনোৱে আপোনালোকৰ অন্তৰত থকা আশাৰ বিষয়ে বিচাৰ লয়, তেওঁক আপোনালোকে নিজৰ পক্ষে উত্তৰ দিবলৈ সষ্টম থাকিব, কিন্তু নম্ৰতা আৰু সন্মানেৰে সৈতে এইবোৰ কৰিব৷
কোৱা
পবিত্ৰ
জন্ম
2 তীমথিয় 2:15 — তুমি নিজকে পৰীক্ষাসিদ্ধ লোক, লাজৰ যোগ্য নোহোৱা কর্মী আৰু সত্যৰ বাক্য শুদ্ধকৈ কোৱাত নিপুন হবলৈ ঈশ্বৰৰ অনুমোদন পাবৰ বাবে ________ কৰা।
তাড়না
প্ৰকাশিত
যত্ন

← অধ্যয়নলৈ ঘূৰি যাওক