🌐 ভাষা
'Olelo Hawai'iAfaan Oromoobahasa IndonesiaBrezhonegCebuanoChamorroChichewachiShonaChongthuCiyawoDanskDeutschEestiEnglishEspañolEsperantoeʋegbeFrançaisHausaHrvatskiIgboIlocanoItalianoKikuyuKiswahiliKiyombiKreyòl AyisyenLatinaLatviešulietuviųLingálaLugandaMagyarMahasuiMāoriNederlandsNorskPohnpeianPolskiPortuguêsQach’abelRomaniRomânăSetswanaShqipsrpski jezikSuomiSvenskaTagalogTiếng ViệtTonganTwiTürkçeYorùbáÍslenskaČeštinaбеларускаяБългарскиРусскийУкраїнськаעבריתئۇيغۇرچەاردوالعربيةفارسیكوردی سۆرانیअहिराणी‎नेपालीभद्रवाही‎मराठीमानक हिन्दी‎संस्कृत भाषाहरियाणवी‎অসমীয়াবাংলাਪੰਜਾਬੀગુજરાતીଓଡ଼ିଆ‎தமிழ்తెలుగుಕನ್ನಡമലയാളംไทยဗမာἙλληνική中文日本語한국어+ সকলো ভাষা
See More Jesus
অসমীয়া

বাইবেলে আত্ম-নিয়ন্ত্রণ (মিতাচাৰিতা) সম্পৰ্কে কি কয়? — দ্বিতীয় ভাগ — বাইবেল কুইজ

বাইবেল কুইজ

বাইবেলে আত্ম-নিয়ন্ত্রণ (মিতাচাৰিতা) সম্পৰ্কে কি কয়? — দ্বিতীয় ভাগ — বাইবেল কুইজ

তলত থাকা প্ৰতিটো উদ্ধৃতিৰ বাবে, সেই পদটোৱে কি শিকায় তাক বাছি লওক। আপোনাৰ স্কোৰ শেষত দেখা যাব।

এইটো গ্ৰেড দিয়া কুইজ। আপোনাৰ সেবা অনুমোদন প্ৰমাণপত্ৰৰ বাবে ক্রেডিট লাভ কৰিবলে ইয়াত উত্তীৰ্ণ হৈ যাওক।

গালাতীয়া পত্র 5:23 — মৃদুভাব, ইন্দ্ৰিয়-দমন৷ এইবোৰৰ বিৰুদ্ধে কোনো ________ নাই।
বিধান
ইচ্ছা
প্রচাৰ
1 থিচলনীকীয়া 5:8 — কিন্তু আমি হলে দিনৰ সন্তান হোৱাত, আহক আমি সংযমী হওঁ; বিশ্বাস আৰু প্ৰেমৰ ________ পিন্ধি, মূৰত পৰিত্রাণৰ আশাৰূপ নিশ্চয়তাৰ টকয়া পিন্ধোহঁক।
মহাসভালৈ
বুকুবৰি
মণ্ডলীৰ
1 কৰিন্থীয়া 6:12 — “মোলৈ সকলো বিধান সন্মত”, কিন্তু সকলোৱেই হিতজনক ________। সকলো কৰিবলৈ মোৰ অধিকাৰ আছে, কিন্তু একোৰে মই দাস নহ’ম।
যেন
নহয়
দূৰ
ৰোমীয়া সকলৰ প্ৰতি পত্ৰ 6:13 — নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰক ________ সঁজুলি স্বৰূপে পাপলৈ সমৰ্পণ নকৰিব; কিন্তু নিজৰ জীৱনক ঈশ্বৰলৈ সমর্পণ কৰক। মৃত লোকৰ মাজৰ পৰা জীৱিত ৰূপে আৰু নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰ ধাৰ্মিকতাৰ সঁজুলি স্বৰূপে ঈশ্বৰলৈ সমৰ্পণ কৰক।
লোহাৰ
অধাৰ্মিকতাৰ
কাঠৰ
ৰোমীয়া সকলৰ প্ৰতি পত্ৰ 13:14 — কিন্তু আপোনালোকে প্ৰভু যীচু খ্ৰীষ্টৰ সেই নৈতিক চৰিত্ৰ স্বীকাৰ কৰক আৰু ________ পূৰ্ণ কৰিবৰ বাবে নিজ নিজ মাংসৰ অৰ্থে একো আয়োজন নকৰিব।
সহভাগী
ক্লেশৰ
অভিলাষ
দানিয়েল 1:8 — কিন্তু দানিয়েলে ৰজাৰ উত্তম খাদ্য আৰু পান কৰা দ্ৰাক্ষাৰসেৰে সৈতে নিজকে অশুচি নকৰিবলৈ তেওঁ চিন্তিত আছিল; সেই বাবে দানিয়েলে ________ অধ্যক্ষৰ অনুমতি বিচাৰিছিলে, যাতে তেওঁ এইবোৰ খাদ্য গ্রহণ কৰি অশুচি নহয়।
সিংহৰ
তৰাবোৰৰ
নপুংসকসকলৰ
আদিপুস্তক 39:9 — এই ঘৰত মোৰ ওপৰত আন কোনো নাই; তেওঁ মোক নিদিয়াকৈ একোকে ধৰি ________ নাই; কিন্তু কেৱল আপোনাকহে মোক দিয়া নাই; কাৰণ আপুনি তেওঁৰ ভাৰ্যা; তেন্তে মই কেনেকৈ ইমান ডাঙৰ এটা জঘন্য কাম কৰি ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰিব পাৰোঁ?”
ৰখা
দিছোঁ
সলনি
আদিপুস্তক 39:12 — পোটিফৰৰ ভার্য্যাই যোচেফক তেওঁৰ কাপোৰত ধৰি টানি ক’লে, “মোৰে সৈতে শয়ন কৰাহি।” কিন্তু যোচেফে কাপোৰখন তাইৰ হাততে এৰি থৈ বাহিৰলৈ ________ গ’ল।
পলাই
ৰাজত্ব
প্ৰণিপাত
2 পিতৰ 1:6 — জ্ঞানৰ লগত ইন্দ্ৰিয়-দমন, ইন্দ্ৰিয়-দমনৰ লগত ________, ধৈৰ্যৰ লগত ঈশ্বৰভক্তি
ধৈৰ্য
প্ৰভেদ
বিবেক
1 কৰিন্থীয়া 9:25 — আৰু যি মানুহে মালযুদ্ধ আদি কৰি খেলত জিকিবলৈ চেষ্টা কৰে, তেওঁলোকে সকলোভাৱে ইন্দ্ৰিয়-দমন কৰে। তেওঁলোকে বিনাশী কিৰীটি ________ এইদৰে কৰে, কিন্তু আমি হ’লে, অবিনাশী কিৰীটি পাবলৈহে তাক কৰোঁ।
যাবলৈ
খাবলৈ
পাবলৈ
1 কৰিন্থীয়া 9:24 — আপোনালোকে নাজানা নে, দৌৰ ________ অনেকে দৌৰ মাৰে: কিন্তু এজনেহে বঁটা পায়? সেয়ে এনেকৈ দৌৰক, যাতে পুৰস্কাৰ পাব পাৰে৷
যুদ্ধত
সভাত
প্ৰতিযোগিতাত
গালাতীয়া পত্র 5:25 — আমি যদি আত্মাৰে জীয়াই থাকো, তেনেহলে আত্মাৰে ________।
থাকোহঁক
চলোহঁক
শুনোহঁক
আদিপুস্তক 3:6 — নাৰীগৰাকীয়ে যেতিয়া বুজিলে যে সেই গছৰ ফল খাবলৈ ভাল হব; ই দেখাত লোভনীয় আৰু ________ লাভ কৰা কথাটোও মনোমোহা; তেতিয়া নাৰীগৰাকীয়ে তাৰ পৰা কেইটামান ফল চিঙি খালে আৰু লগত থকা তেওঁৰ গিৰিয়েককো দিলে; তাতে তেৱোঁ খালে।
জ্ঞান
সোণ
মাহৰ
1 ৰাজাৱলি 21:20 — তেতিয়া আহাবে এলিয়াক কলে, “হে মোৰ ________, তুমি মোক বিচাৰি পালা নে?” তেতিয়া তেওঁ ক’লে, “হয়, মই তোমাক বিচাৰি পালোঁ, কিয়নো যিহোৱাৰ দৃষ্টিত যি পাপ, তুমি তাকে কৰিবলৈ নিজকে বেচি দিলা।
বন্ধু
শত্ৰু
যুৱলি
ফিলিপীয়া পত্ৰ 2:8 — তেওঁ নিজকে সৰু কৰি মৃত্যুলৈকে, এনে কি ক্ৰুচীয় মৃত্যুলৈকে ________ হ’ল ।
আজ্ঞাধীন
নিগূঢ়-তত্ত্ব
পাঁচনি
ইব্ৰীসকলৰ প্ৰতি পত্ৰ 5:8 — যীচু ঈশ্বৰৰ পুত্ৰ হোৱা সত্ত্বেও দুখভোগ কৰিছিল আৰু তাৰ মাজেদিয়েই বাধ্যতা হ’বলৈ ________ পালে;
শিক্ষা
নাও
যাত্ৰা

← অধ্যয়নলৈ ঘূৰি যাওক